All Job Career

25 June 2019

IDBI বেংকত ৬০০ টা সহকাৰী প্ৰবন্ধক পদ খালী: IDBI Bank 600 Assistant Manager Recruitment 2019

IDBI বেংকত ৬০০ টা সহকাৰী প্ৰবন্ধক পদ খালী: IDBI Bank 600 Assistant Manager Recruitment 2019: IDBI বেংকত ৬০০ টা সহকাৰী প্ৰবন্ধক (Assistant Manager) পদৰ বাবে অনলাইন যোগেৰে আবেদন বিচৰা হৈছে। উপযুক্ত অৰ্হতা সম্পন্ন পাৰ্থীয়ে ৩ জুলাই ২০১৯ ভিতৰত অনলাইন যোগেৰে আবেদন কাৰিব পাৰিব। লগতে আপোনালৈ অনুৰোধ বিভিন্ন নিয়োগ  সম্পৰ্কীয় খবৰ লবলৈ আমাৰ ৱেবছাইত AllJobAssam.com সদাই Visit কৰে যেন।

IDBI Bank Recruitment 2019- 600 Assistant Manager | Apply Online @idbibank.in

 


পদৰ নাম: সহকাৰী প্ৰবন্ধক


মুঠ পদ: ৬০০ টা (ইয়াৰে সাধাৰন শ্ৰেনীৰ বাবে ২৭৩ টা, অনুসুচিত জাতিৰ কাৰনে ৯০ টা, অনুসুচিত জন জাতিৰ কাৰনে ৪৫ টা, আৰ্থিক ভাবে দুৰ্বল শ্ৰেনীৰ কাৰনে ৩০ টা, অন্যান্য পিচপৰা জাতিৰ কাৰনে ১৬২ টা)

শিক্ষাগত অৰ্হতা: স্নাতক

বয়স: ২১ বছৰ পৰা ২৮ বছৰ হব লাগিব।

আবেদনৰ মাচু;

Rs 150/- for SC/ST/PWD candidates
Rs 700/- for all others





আবদেনৰ অন্তিম তাৰিখ: ৩ জুলাই ২০১৯


অধিক জানিবলৈ তলত দিয়া লিংকত ক্লিক কৰে যেন...

Click Here  

18 June 2019

অসম পুলিচত আবেদন কেনেকৈ কাৰিব? How to Online Apply Assam Police Recruitment 2019

অসম পুলিচত আবেদন কেনেকৈ কাৰিব? How to Online Apply Assam Police Recruitment 2019: নমস্কাৰ বন্ধু সকল আজি আপোনালোকক জনাম যে বৰ্তমান ওলোৱা অসম পুলিচৰ ২০০০ টা বিভিন্ন পদৰ বাবে যি চাকৰি ওলাইছে তাৰে অনলাইন অবেদন কেনেদৰে কাৰিব। বিজ্ঞাপনৰ বিষয়ে জানিবলে ইয়াত ক্লিক কৰে যেন---  Click Here

>> প্ৰথমতে আবেদন কাৰিবলৈ তলত দিয়া লিংকত ক্লিক কৰে যেন।

Click Here

>> ক্লিক কৰাৰ পিছত Online Apply Linkত ক্লিক কাৰক

>> Online Apply Link ক্লিক কৰাৰ পিছত এখন নতুন Window ওলাব তাত আপুনি আপোনাৰ মোবাইল নংম্বৰ আৰু তাৰে তলত এটা প্ৰশ্ন সুধা জাব (যেনে-6+6=?) তাৰে প্ৰশ্নতোৰ উত্তৰ লিখি Submit কাৰক।


Basic Details

>> Cast= আপোনাৰ জাতিৰ বিষয়ে জনাব, যেনে SC, ST, OBC, General আদি

>> Date Of Birth: আপোনাৰ জন্ম তাৰিখ, চন, মাহ াদি জানাব

>> Educational Qualification: আপোনাৰ অন্তিম শিক্ষাগত বিষয়ে জানাব।

>> If Graduate in Commerce, do you have minimum 6-months Experience in Accounting ?: যদি আপুনি বানিজ্য়ত শাখাত স্নাতক তেন্তে ৬ মাহৰ Accountingত অভিজ্ঞতা আচেনে জানাব। আৰু তাৰ পিছত Go Next Click কাৰিব।

>> Go Next Click কৰাৰ পিছত আপোনাৰ শিক্ষাগত অৰ্হতা অনুজাই পদৰ নাম তালিকা সহকাৰে ওলাব। তাৰে পদকেইটাৰ মাজত আপোনাৰ পচন্দ অনুজাই ক্ৰমাম্বয়ে Select কাৰক।

>> Select কৰাৰ পিছত  Go Next Click কাৰক।



Personal Details

আপোনাৰ নাম দেওতাৰ নাম, আপোনাৰ ধৰ্ম, Nationality বিষয়ে জনাওক। আপোনাৰ বৰ্তমান আৰু স্থায়ী ঠিকনাৰ বিষয়ে জনাওক। তাৰ পিছত Go Next Click কৰক।


Document Upload

Document Uploadত আপোনাৰ ফটো, চহী, বয়সৰ প্ৰমান পত্ৰ (HSLC Admit card), শিক্ষাগত অৰ্হতাৰ প্ৰমান পত্ৰ আদি Documentবোৰ Upload কৰি Go Next Click কাৰক।



>> GO Next ক্লিক কাৰাৰ পিছত এখন নতুন Window ওলাব তাত অপুনি আপোনাৰ Submit কৰা তথ্য়বোৰ থিকে আছেনে এবাৰ Check কৰক। যদি কিবা ভুল হৈছে তেন্ত Go Previous ত ক্লিক কৰি শুদ্ধ কৰিব পাৰি লওক। যদি শুদ্ধ আছে তেন্তে Final Submitত  ক্লিক কৰি Application Form Receipt খন Print কৰি লওক।

বিজ্ঞাপনৰ বিষয়ে জানিবলৈ তলত দিয়স লিংকত ক্লিক কৰক...

Click Here


INSTRUCTIONS IN ASSAMESE
১/  এইটো ছাইট উক্ত ব্ৰাউজাৰত হে উপযুক্ত হব 
  Google Chrome      Mozilla Firefox     Internet Explorer-Edge 
২/  মন কৰিবলগীয়া- Mozilla Firefox ব্ৰাউজাৰত "TAB KEY" য়ে কাম নকৰিব পাৰে । -আবেদনৰ বাবে কোনো ধৰণৰ ফিচ লোৱা নহয়-
৩/  পৰীক্ষাৰ্থীয়ে মান্য মবাইল নম্বৰ ব্যৱহাৰ কৰিব লাগিব ।
৪/  আবেদন কৰা সময়ত Refresh/Reload আদিৰ কাৰ্য্য নকৰিব । 
৫/  কিছু নিৰ্দেশনা
ক/  ফটোৰ আকৃতি JPG হব লাগিব (50KB-450KB)খ/  চহী কৰি দিয়া ফটো খন JPG আকৃতিৰ হব লাগিব (20KB-100KB)গ/  HSLC Admit/ Age Proof Certificate কপি এটা JPG আকৃতিৰ আপলোড কৰিব লাগিব (100KB-450KB)ঘ/  Graduation/ Pass Certificate প্ৰমানপত্ৰ খন JPG ৰ আকাৰত প্ৰেৰণ কৰিব লাগিব (100KB-450KB)ঙ/  OBC/MOBC, SC, ST(H), ST(P) সকলৰ প্ৰমানপত্ৰ JPG আকৃতিৰ প্ৰেৰণ কৰিব লাগিব(100KB-450KB)চ/  Minimum 6 month Experience Certificate in Accounting (if Applicable) প্ৰমানপত্ৰ JPG আকৃতিৰ প্ৰেৰণ কৰিব লাগিব (100KB-450KB)ছ/  Diploma / Certificate of Proficiency in Computer (if Applicable) প্ৰমানপত্ৰ JPG আকৃতিৰ প্ৰেৰণ কৰিব লাগিব (100KB-450KB)জ/  Diploma / Certificate in Stenography from ITI /Polytechnic (if Applicable) প্ৰমানপত্ৰ JPG আকৃতিৰ প্ৰেৰণ কৰিব লাগিব (100KB-450KB) 
৬/  আবেদন সম্পূৰ্ণ কৰণৰ আগত আবেদনকাৰীয়ে সম্পাদনাৰ বাবে আবেদন পুনৰীক্ষণ (Review) কৰিব পাৰিব । সম্পূৰ্ণ কৰণৰ পিছত ইচ্ছা কৰিলে সলাব নোৱাৰিব ।
৭/  আবেদন সম্পূৰ্ণ কৰণৰ পিছত আবেদন কাৰীৰ সম্পূৰ্ণ তথ্য আৰু আবেদনৰ প্ৰমাণ (Application ID), সংলগ্ন কৰা পত্ৰ (Acknowledgement) মুদ্ৰণ কৰিব পাৰিব ।
৮/ এই আবেদনৰ বাবে প্ৰাৰ্থীয়ে কোনো মাচুল প্ৰদান কৰিব নালাগে।


বিজ্ঞাপনৰ বিষয়ে জানিবলৈ তলত দিয়স লিংকত ক্লিক কৰক...

Click Here



SSUHS B. Sc. Nursing আৰু D.Pharm Admissionৰ জাননী 2019:

SSUHS B. Sc. Nursing  আৰু   D.Pharm Admission জাননী 2019: BSc Nursing আৰু   D.Pharm Addmission প্ৰবেশ পৰীক্ষ।  Srimanta Sankardeva University of Health Sciences Entrance নাৰ্চ পাঠ্য়ক্ৰমৰ ২০১৯ অনলাইন যোগেৰে আবেদন বিচৰা হৈছে। অনলাইন আবেদন ২৪ জুন (24 June) ২০১৯ পৰা ৯ জুলাই (09 July) ২০১৯ লৈ হব। 

SSUHS D.Pharm & BSc Nursing Admission 2019 – Online Application


পাঠ্য়ক্ৰমৰ নাম:-


  • B.Sc. Nursing
  • Diploma in Pharmacy (D.Pharm)


সংগঠনৰ নাম  (Board Name): Srimanta Sankardeva University of Health Sciences




B.Sc নাৰ্চৰ বাবে অৰ্হতাৰ বিবৰন (BSC Nursing Eligibility)


শিক্ষাগত অৰ্হতা: উচ্চতৰ মাধ্য়মিক উত্তীৰ্ণ হব লাগিব। ইংৰাজী বিষয় সহ যিকোনো এটা বিষয় পাদাৰ্থ বিজ্ঞান অথবা ৰসানয়ন বিজ্ঞান অথবা জীৱ বিজ্ঞানত ৫০% মাৰ্ক থাকিব লাগিব।  SC, ST, STP, STH পাৰ্থীৰ ৪০% মাৰ্ক হলেও হব।

বয়স: ১৭ ৰ পৰা ২৪ (24 Years) বছৰ হব লাগিব। SC ST পাৰ্থীৰ বাবে ৩ বছৰ ৰেহায় দিয়া হব।

D. Pharma অৰ্থাত Diploma in Pharmacy পাঠ্য়ক্ৰমৰ অৰ্হতা

শিক্ষাগত অৰ্হতা: উচ্চতৰ মাধ্য়মিক উত্তীৰ্ণ হব লাগিব। লগতে পাদাৰ্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান আৰু জীৱ বিসজ্ঞান / অথবা গনিত বিষয় থাকিব লাগিব

বয়স: ১৭ ৰ পৰা ২৪ (24 Years) বছৰ হব লাগিব। SC ST পাৰ্থীৰ বাবে ৩ বছৰ ৰেহায় দিয়া হব।

প্ৰবেশ পৰিক্ষাৰ তাৰিখ: ২১ জুলাই ২০১৯

পৰীক্ষাৰ মাচুল:  1200 টকা

অধিক জানিবলৈ তলত দিয়া লিংকত ক্লিক কৰে যেন...

Click Here   

15 June 2019

কৰ্মচাৰী ভৱিষ্যনীধি আয়োগত ২৮০ টা পদ খালী: EPFO Recruitment 2019

কৰ্মচাৰী ভৱিষ্যনীধি আয়োগত ২৮০  টা পদ খালী: EPFO Recruitment 2019: কৰ্মচাৰী ভৱিষ্যনীধি আয়োগত ২৮০ (280) টা বিভিন্ন পদৰ বাবে আবেদন বিচৰা হৈছে। নিম্নলিখিত পদৰ বাবে ইচ্ছুক পাৰ্থীয়ে অনলাইনৰ মাধ্যমত আবেদন কৰিব পাৰিব। লগতে বন্ধু সকলক জনাও যে নিয়োগ সম্পৰ্কিয় বাতৰি লবলৈ আমাৰ ৱেবছাইত AllJobAssam.com visit কাৰে যেন।

Employees’ Provident Fund Organisation (EPFO) Assistant Recruitment 2019


পদৰ নাম: সহকাৰী (Assistant)

পদৰ সংখ্যা:   280 টা (UR-113 টা, SC-42 টা, EWS- 28 টা, ST-21 টা, OBC-NCL-76 টা)

Educational Qualification শিক্ষাগত অৰ্হতা:  আবেদনকাৰী কোনো স্বীকৃতি প্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰা হব লাগিব।

Salary দৰমহা: প্ৰতি মাহে 44,900 টকা হিচাপত দৰমহা দিয়া হব।

Age Limit বয়স: 22 ৰ পৰা 27 বছৰৰ ভিতৰত হব লাগিব।

Application Fees আবেদনৰ মাচুল

এই পদসমূহত আবেদনৰ বাবে প্ৰাৰ্থীয়ে সংৰক্ষিত বৰ্গৰ বাবে 250 টকা আৰু সাধাৰণ বৰ্গৰ বাবে 500 টকা আবেদন মাচুল দিব লাগিব।

অনলাইন আবেদন সমাপ্ত হব/আবেদনৰ অন্তিম তাৰিখ: 25/06/2019

অধিক জানিবলৈ তলত দিয়া লিংকত ক্লিক কাৰে যেন...

Click Here

7 June 2019

অসম মাধ্যমিক শিক্ষা পৰিষদত চাকৰি: SEBA Recruitment 2019

অসম মাধ্যমিক শিক্ষা পৰিষদত চাকৰি: SEBA Recruitment 2019: অসম মাধ্যমিক শিক্ষা পৰিষদত খালী হোৱা Account Assistant পদৰ বাবে  Offline Application মাধ্যমত আবেদন বিচৰা হৈছে। নিম্নলিখিত পদৰ বাবে ইচ্ছুক পাৰ্থীয়ে আবেদন কাৰিব পাৰিব।  লগতে বিভিন্ন নিয়োগ সম্পৰ্কিয় বাতৰি লবলৈ আমাৰ ৱেবছাইত AllJobAssam.comvisit কাৰে যেন।

SEBA Assam Account Asssitant  Recruitment vacancy Details


পদৰ নাম: Account Asssitant

শিক্ষাগত অৰ্হতা: পাৰ্থী সৰ্বনিম্ন ৫০% মাৰ্ক সহ স্নাতক আৰু লগতে কাম্পিউটাৰ  শিক্ষাৰ ডিপ্লোমা থাকিব লাগিব।

বয়স: নূন্যতম ২১ বচৰ, সৰ্বাধিক ৪৩ বছৰ

দৰমহা মাহিলী: ১৫,০০০ টকা ( লগতে ৩% হাৰত বাৰ্ষিক বানচ)।

আৱেদনৰ মাচুল: প্ৰাৰ্থীয়ে ২০০ টকা মাছুল ড্ৰাফ্টযোগে ছেবা ক উদ্দেশ্য কৰি যিকোনো বেংক যোগে পঠাব পাৰিব চালানযোগে Apex bank ৰ যোগে পঠাব পাৰিব। চালান ছেবা কাৰ্য্যালয় ত পাৱ।

আবেদনৰ অন্তিম তাৰিখ ১৯ জুন ২০১৯

অধিক জানিবলৈ তলত দিয়া লিংকত ক্লিক কাৰে যেন...

Click Here

অসম লোকসেৱা আয়োগ APSC Coputer Operator Admit card/ Exam date

অসম লোকসেৱা আয়োগ APSC Coputer Operator Admit card/ Exam date: অসম লোকসেৱা আয়োগে  Computer Operator পদৰ বাবে হব লগা ভৰ্তি পাৰীক্ষাৰ কাৰনে Admit card/ Exam Dateৰ জানানী প্ৰকাশ কৰা হৈছে। উক্ত  Computer Operator Exam ২৩.০৬.২০১৯ তাৰিখে হব। অধিক জানিবলৈ যেনে Admit card, Syllabus আদিৰ বিষয়েজানিবলৈ তলত দিয়া লিংকত ক্লিক কৰে যেন.. লগতে বিভিন্ন নিয়োগ সম্পৰ্কিয় বাতৰি লবলৈ আমাৰ ৱেবছাইত AllJobAssam.comvisit কাৰে যেন।



Click here


APSC परीक्षा तिथि सूचना 2019- कंप्यूटर ऑपरेटर एडमिट कार्ड, सिलेबस: असम लोक सेवा आयोग ने कंप्यूटर ऑपरेटर पदों के लिए भर्ती लिखित परीक्षा (ओएमआर आधारित) परीक्षा तिथि / एडमिट कार्ड / कॉल लेटर / हॉल टिकट नोटिस जारी किया है। यह सभी संबंधित की सामान्य जानकारी के लिए है कि असम लोक सेवा आयोग 23/06/2019 को लिखित परीक्षा (OMR आधारित) APSC के कार्यालय में कंप्यूटर ऑपरेटर के पद के लिए आयोजित करेगा। 'उक्त परीक्षा के लिए पाठ्यक्रम असम लोक सेवा आयोग की वेबसाइट www.apsc.nic.in पर पहले ही अपलोड किया जा चुका है और मसौदा विज्ञापन के साथ प्रकाशित भी किया गया था।

সমাজ কল্যান বিভাগত চাকৰি- Social Welfare, Nagaon Recruitment 2019

সমাজ কল্যান বিভাগত চাকৰি- Social Welfare, Nagaon Recruitment 2019: Social Welfare, Nagaon Recruitment 2019- Case Worker/ MPW/ Guard/ IT Staff/ Counselor [12 Posts].  সমাজ কল্যান পবিভাগত নাগাওঁত বিভিন্ন পদৰ বাবে আবেদন বিচৰা হৈছে। তলত বিবৰন জানালো।  লগতে বিভিন্ন নিয়োগ সম্পৰ্কিয় বাতৰি লবলৈ আমাৰ ৱেবছাইত AllJobAssam.com visit কাৰে যেন।

সমাজ কল্যান বিভাগত চাকৰি  2019  বিবৰন


1. Centre Administrator: 01
2. Case Worker: 03
3. Counselor: 01
4. IT Staff: 03
5. Multi Purpose Worker: 02
6. Night Guard: 02

শিক্ষাগত অৰ্হতা: স্নাতক, Law Degree/ MSW, দশম মান

How to Apply 


বিজ্ঞাপন প্ৰকাশ হোৱা ১৫ দিনৰ ভিতৰত অবেদন তলত দিয়া ঠিকনাত পথাব লাগিব..

District Social Welfare Officer, Nagaon at Stand Road, Amolapatty. Dist- Nagaon(Assam)

অধিক জানিবলৈ তলত দিয়া লিংকত ক্লিক কৰে যেন---

Click here



6 June 2019

কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিদ্যালয় KKHSOU Exam Time Table 2019- Degree 4th, 6th Sem

কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিদ্যালয় KKHSOU Exam Time Table 2019- Degree 4th, 6th Sem: কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিদ্যালয় KKHSOU কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিদ্যালয় হব লগা স্নাতক  (Degree) 4th Sem (Back) আৰু  6th sem পৰীক্ষাৰ সময় তালিকা (Routine) প্ৰকাশ কৰা হৈছে। গতিকে বন্ধু সকলৈ অনুৰোধ উক্ত পৰীক্ষাৰ তালিকা (Time Table) Download কাৰিবলৈ তলত দিয়া লিংকত গৈ ক্লিক কৰে যেন। লগতে বিভিন্ন নিয়োগ সম্পৰ্কিয় বাতৰি লবলৈ আমাৰ ৱেবছাইত AllJobAssam.com visit কাৰে যেন।

KKHSOU Exam Routine 2019 overview


Name of Board: Krishna Kanta Handiqui State Open University

Name of Exam: Degree 1st Semester (New Course) Examination 2019

Status: উপলব্ধ (Available)

Official website: www.kkhsou.in

কেনেকৈ How to KKHSOU পৰীক্ষাৰ সময় তালিকা Download কাৰিব



  • প্ৰথমতে তলত দিয়া গুৰুত্বপুৰ্ন লিংক  optionত জাব।
  • তাত Degree 4th, 6th Sem Routine লিংকত ক্লিক কৰি আপোনাৰ পৰীক্ষাৰ তালিকা Download কৰি লব।

গুৰুত্বপুৰ্ন লিংক


Download Degree 4th/6th Sem Routine: ক্লিক কৰক


অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান মিছনত 197 টা পদত চাকৰি: Assam State Rural Livelihood Mission Recruitment 2019

অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান মিছনত 197 টা পদত চাকৰি: Assam State Rural Livelihood Mission Recruitment 2019: অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান মিছনত ১৯৭ টা বিভিন্ন পদৰ বাবে Online Application মাধ্যমত আবেদন বিচৰা হৈছে। তলত শিক্ষাগত অৰ্হতা আদি কাৰি বিবৰন দিয়া হ`ল। লগতে অধিক বিভিন্ন নিয়োগ সংবাদ জানিবলৈ আমাৰ website AllJobAssam.com.

Assam State Rural Livelihoods Mission Society, Assam (ASRLMS) Project Manager & Block Coordinator Recruitment 2019


Details of Posts

মুঠ পদৰ সংখ্যা: 197 টা

1. State Project Manager (NFL): 01টা
2. Project Manager (HR): 01টা
3. Project Executive (FA): 01টা
4. Project Assistant (SI, SD): 01টা
5. Dist. Project Manager: 03টা
6. Dist. Functional Expert (SM, IB & CV): 02টা
7. Dist. Functional Expert (L & M): 08টা
8. Dist. Functional Expert (FI): 07টা
9. Dist. Functional Expert (Skill): 01টা
10. Dist. Account Manager: 02টা
11. Dist. MIS Manager: 15টা
12. Block Project Manager: 02টা
13. Block Coordinator: 141টা
14. Block Coordinator (MKSP): 05টা
15. Block Coordinator (SVEP APP): 03টা
16. MIS Account Cum Assistant: 04টা

শিক্ষাগত অৰ্হতা: Post-Graduate, MBA, Graduate degree

পদসমূহ বাবে প্ৰয়োজনীয় অৰ্হতা,How to Apply, বয়সৰ সীমা, সংৰক্ষণ, দৰমহা আদিৰ বিষয়ে অধিক জানিবলৈ তলৰ লিংকত ক্লিক কৰিব পাৰে।

Click Here

গুৰুত্বপূর্ন তাৰিখ:

অনলাইন আবেদন আৰম্ভ হব: 08/06/2019, 10.00 AM

অনলাইন আবেদন সমাপ্ত হব: 30/06/2019, 11.50 PM

অধিক জানিবলৈ ক্লিক কৰক

অসম বন বিভাগত চাকৰি Assam Forest Recruitment 2019

অসম বন বিভাগত চাকৰি Assam Forest Recruitment 2019

অসম বন বিভাগ (Assam Forest)ত  RA/ SRF/ JRF পদৰ বাবে আবেদন বিচৰা হৈছে। আবেদন Offline Application মাধ্যমত হব।

Assam Forest Recruitment 2019


অসম বন বিভাগত বিভিন্ন পদৰ বাবে Offline Application মাধ্যমত আবেদন বিচৰা হৈছে।

Assam Forest Vacancy 2019 Details


খালী হোৱা পদৰ বিবৰন ক্ৰমে--

১. Research Associate- III 

দৰমহা: ৪০,০০০ টকা প্ৰতি মাহে

শিক্ষাগত অৰ্হতা: 

Doctorate in Life Sciences / Climate Science
OR
First Class Masters Degree in Life Sciences / Environmental Sciences with a minimum of Five years of Research experience in the same fields.

২. Research Associate- II

বয়স: ৩৫

দৰমহা: ৩৮,০০০ টকা  প্ৰতি মাহে

শিক্ষাগত অৰ্হতা: 

1. First Class / High Grade Post Graduate Diploma in Journalism & Mass Communication
OR
2. First Class MA in Mass Communication
3. Three (3) years of experience in carrying out outreach programmes / Trainings Workshops etc.

৩. Research Associate- II

বয়স: ২৮

দৰমহা: ৩৮,০০০ টকা  প্ৰতি মাহে

শিক্ষাগত অৰ্হতা: 

1.First Class M.Sc. / M. Tech
2. High Grade Technical Diploma in GIS
3. with five years of working experience in GIS

৪. Senior Research Fellow

বয়স: ২৫

দৰমহা: ২৮,০০০ টকা  প্ৰতি মাহে

শিক্ষাগত অৰ্হতা:  First Class Masters Degree in Life Sciences/Environmental Science/Geography

৫. Junior Research Fellow

বয়স: N/A

দৰমহা: ২৫,০০০ টকা  প্ৰতি মাহে

শিক্ষাগত অৰ্হতা:  First Class Masters in Life Sciences/Environmental Science/Geography.


আবেদন কেনেকৈ কৰিব আৰু বাকি বিবৰন জানিবলৈ তলত দিয়া লিংকত ক্লিক কৰে যেন...

Click Here

18 September 2017

How to apply ADHAR Card and Documents Required For Aadhar Card : Get Complete List

Procedure to apply for Aadhaar Card



Once you know you are eligible for an Aadhar card, you are going to want to apply for one and this is a process that can take a bit of time. The first thing you should know is that Aadhar registrations are completely voluntsary right now and even if you dont get one, you wont be excluded from any privilege that you are eligible for. The second thing is that the issuing of an Aadhar number will depend on you being able to visit the enrolment centres and submitting any and all required documents and biometric data required. The actual process of getting the card will go from you applying for an appointment to visiting the centre to submit the information, to getting the number, verifying the details and actually getting the Aadhar card. So lets take a look at the registration process to begin with.

2016-17 से वित्त वर्ष 2016 से आयकर रिटर्न दाखिल करने के लिए आधार कार्ड अब अनिवार्य है इसके अलावा आधार कार्ड भारत में बच्चों और शिशुओं सहित हर भारतीय व्यक्ति के लिए पहचान और पते के प्रमाण के रूप में कार्य करता है। अगर किसी के पास आधार कार्ड नहीं है, तो इसके लिए आवेदन करने का एक अच्छा समय है। आधार कार्ड के लिए आवेदन करने की प्रक्रिया यहां दी गई है:

Important Points to know before applying for an Aadhar Card Online

➧It is absolutely free to enrol for aadhar card online


Just enrolment is not enough to get your aadhar card

You have to be actively involved in adding details, verifying your information and downloading it

Applying online is encouraged only if you do not find an enrolment centre near your place of residence.

It may take a while before you receive your copy of aadhar card. So, being patient and checking status of UID online is recommended.



Procedure to apply for Aadhaar Card

Find an enrollment center near you. Log on to https://appointments.uidai.gov.in/ center to find the center.
Once you have found the center, you can book an appointment online. You can even visit the center without booking the appointment online. Alternately, you can book the appointment through official website https://appointments.uidai.gov.in/
Arrange the supporting documents which requires 1 proof of identity, 1 proof of address and 1 proof of date of Birth.To know about the complete list of documents
On visiting the Aadhaar card center, you need to fill the enrollment form. The enrolment form is available online also onhttps://uidai.gov.in/images/uid_download/enrolment_form.pdf.
You can take printout from there and can fill it before visiting the center also.  



Submit the enrollment form along with supporting documents. You need to submit biometric proof also.
Once all the details are collected, you will get an acknowledgment slip for your enrollment. This will be 14 digit enrollment number which will help you keep a check on the status of your application. Also, you can file your income tax return by mentioning this Aadhaar enrolment ID.
To Know more about enrollment ID, click here .
The data will be verified centrally and on successful verification of the data, Aadhaar number will be sent to your address through post. It can take up to 90 days (3 months) for the Aadhaar card to be sent to you.

How to check the status of allotment of Aadhaar Card Online?


To check the status you have to go to the UIDAI website   and use the enrollment number to see if you have been allotted an Aadhaar number.
In the acknowledgment slip(enrolment number), look for these 2 items on the top:
14-digit enrollment number
Date and time of enrollment


Process to Apply Aadhar Card

The very first step in applying for an Aadhar card, assuming that you have all the document you’ll need, will be to book the appointment and then visiting the enrolment centre. You can book an appointment by visiting the official website of UIDAI.

The first step is to find an enrolment centre near you.
Once you have found the centre, you can book an appointment online .
If you dont want to book an appoints, you can even visit the centre without one but an appointment will save you a lot of time an effort.
On the day of the appointment you need to ensure that you are present well in advance of the time appointed so that there is no possibility of missing it. Once you are at the centre here are the thing you will be expected to do:

The very first thing you will need to do is to fill out the enrolment form. You can fill up the form before you go for the appointment too since it is available online.
Once you have filled up the form, submit it along with the supporting documents.
The supporting documents will include a proof of identity and a proof of address. Here are the
Once the documents are submitted and they are accepted, you will have to submit biometric data too. This will include an impression of your fingerprints and your iris.
They will also take a photograph of you for the records.
Once all the details are collected, you are done for the day but make sure you dont leave without taking the acknowledgement slip of your enrolment. This will have your 14 digit enrolment number on it which will help you keep a check on the status of your application.
   
 There are also some states, districts of certain states and union territories where the enrolment for Aadhar is being done by the Registrar General of India which negates the need to citizens to enroll individually. These place are:
Arunachal Pradesh

Assam

Jammu & Kashmir

Meghalaya

Mizoram

Odisha

Tamil Nadu

West Bengal

Andaman and Nicobar Islands

Dadar and Nagar Haveli

Lakshadweep

Udupi

Gadag

Uttara Kannada

Haveri

Davangere

Bangalore rural

Chikkabalapur

Kodagu



Documents that serve as proof of Identity :

Passport
PAN card
Ration/PDS Photo card
Voter ID
Driving license
Government Photo ID Cards/service photo identity card issued by PSU
NREGS Job Card
Photo ID issued by Recognized Educational Institution
Arms License
Photo Bank ATM Card
Photo Credit Card
Pensioner Photo Card
Freedom Fighter Photo Card
Kisan Photo Passbook
CGHS/ECHS Photo Card
Address Card having Name and Photo issued by Department of Posts
Certificate of Identify having photo issued by Gazetted Officer or Tehsildar on letterhead

Documents that serve as proof of Address:

Passport
Bank Statement/Passbook
Post Office Account Statement/Passbook
Ration Card
Voter ID
Driving License
Government Photo ID cards/service photo identity card issued by PSU
Electricity Bill (not older than 3 months)
Water bill (not older than 3 months)
Telephone Landline Bill (not older than 3 months)
Property Tax Receipt (not older than 3 months)
Credit Card Statement (not older than 3 months)
Insurance Policy
Signed Letter having Photo from Bank on letterhead
Signed Letter having Photo issued by registered Company on letterhead
Signed Letter having Photo issued by Recognized Educational Instruction on letterhead
NREGS Job Card
Arms License
Pensioner Card
Freedom Fighter Card
Kisan Passbook
CGHS/ECHS Card
Certificate of Address having photo issued by MP or MLA or Gazetted Officer or Tehsildar on letterhead
Certificate of Address issued by Village Panchayat head or its equivalent authority (for rural areas) Income Tax Assessment Order
Vehicle Registration Certificate
Registered Sale/Lease/Rent Agreement
Address Card having Photo issued by Department of Posts
Caste and Domicile Certificate having Photo issued by State Govt.
Disability ID Card/handicapped medical certificate issued by the respective State/UT Governments/Administrations
Gas Connection Bill (not older than 3 months)
Passport of Spouse
Passport of Parents (in case of Minor)

Documents that serve as proof of Date of Birth:

SSLC Book/CertificatePassport
Certificate of Date of Birth issued by Group A Gazetted Officer on letterhead