Showing posts with label Assam Govt Jobs. Show all posts
Showing posts with label Assam Govt Jobs. Show all posts

7 June 2019

অসম মাধ্যমিক শিক্ষা পৰিষদত চাকৰি: SEBA Recruitment 2019

অসম মাধ্যমিক শিক্ষা পৰিষদত চাকৰি: SEBA Recruitment 2019: অসম মাধ্যমিক শিক্ষা পৰিষদত খালী হোৱা Account Assistant পদৰ বাবে  Offline Application মাধ্যমত আবেদন বিচৰা হৈছে। নিম্নলিখিত পদৰ বাবে ইচ্ছুক পাৰ্থীয়ে আবেদন কাৰিব পাৰিব।  লগতে বিভিন্ন নিয়োগ সম্পৰ্কিয় বাতৰি লবলৈ আমাৰ ৱেবছাইত AllJobAssam.comvisit কাৰে যেন।

SEBA Assam Account Asssitant  Recruitment vacancy Details


পদৰ নাম: Account Asssitant

শিক্ষাগত অৰ্হতা: পাৰ্থী সৰ্বনিম্ন ৫০% মাৰ্ক সহ স্নাতক আৰু লগতে কাম্পিউটাৰ  শিক্ষাৰ ডিপ্লোমা থাকিব লাগিব।

বয়স: নূন্যতম ২১ বচৰ, সৰ্বাধিক ৪৩ বছৰ

দৰমহা মাহিলী: ১৫,০০০ টকা ( লগতে ৩% হাৰত বাৰ্ষিক বানচ)।

আৱেদনৰ মাচুল: প্ৰাৰ্থীয়ে ২০০ টকা মাছুল ড্ৰাফ্টযোগে ছেবা ক উদ্দেশ্য কৰি যিকোনো বেংক যোগে পঠাব পাৰিব চালানযোগে Apex bank ৰ যোগে পঠাব পাৰিব। চালান ছেবা কাৰ্য্যালয় ত পাৱ।

আবেদনৰ অন্তিম তাৰিখ ১৯ জুন ২০১৯

অধিক জানিবলৈ তলত দিয়া লিংকত ক্লিক কাৰে যেন...

Click Here

সমাজ কল্যান বিভাগত চাকৰি- Social Welfare, Nagaon Recruitment 2019

সমাজ কল্যান বিভাগত চাকৰি- Social Welfare, Nagaon Recruitment 2019: Social Welfare, Nagaon Recruitment 2019- Case Worker/ MPW/ Guard/ IT Staff/ Counselor [12 Posts].  সমাজ কল্যান পবিভাগত নাগাওঁত বিভিন্ন পদৰ বাবে আবেদন বিচৰা হৈছে। তলত বিবৰন জানালো।  লগতে বিভিন্ন নিয়োগ সম্পৰ্কিয় বাতৰি লবলৈ আমাৰ ৱেবছাইত AllJobAssam.com visit কাৰে যেন।

সমাজ কল্যান বিভাগত চাকৰি  2019  বিবৰন


1. Centre Administrator: 01
2. Case Worker: 03
3. Counselor: 01
4. IT Staff: 03
5. Multi Purpose Worker: 02
6. Night Guard: 02

শিক্ষাগত অৰ্হতা: স্নাতক, Law Degree/ MSW, দশম মান

How to Apply 


বিজ্ঞাপন প্ৰকাশ হোৱা ১৫ দিনৰ ভিতৰত অবেদন তলত দিয়া ঠিকনাত পথাব লাগিব..

District Social Welfare Officer, Nagaon at Stand Road, Amolapatty. Dist- Nagaon(Assam)

অধিক জানিবলৈ তলত দিয়া লিংকত ক্লিক কৰে যেন---

Click here



6 June 2019

অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান মিছনত 197 টা পদত চাকৰি: Assam State Rural Livelihood Mission Recruitment 2019

অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান মিছনত 197 টা পদত চাকৰি: Assam State Rural Livelihood Mission Recruitment 2019: অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান মিছনত ১৯৭ টা বিভিন্ন পদৰ বাবে Online Application মাধ্যমত আবেদন বিচৰা হৈছে। তলত শিক্ষাগত অৰ্হতা আদি কাৰি বিবৰন দিয়া হ`ল। লগতে অধিক বিভিন্ন নিয়োগ সংবাদ জানিবলৈ আমাৰ website AllJobAssam.com.

Assam State Rural Livelihoods Mission Society, Assam (ASRLMS) Project Manager & Block Coordinator Recruitment 2019


Details of Posts

মুঠ পদৰ সংখ্যা: 197 টা

1. State Project Manager (NFL): 01টা
2. Project Manager (HR): 01টা
3. Project Executive (FA): 01টা
4. Project Assistant (SI, SD): 01টা
5. Dist. Project Manager: 03টা
6. Dist. Functional Expert (SM, IB & CV): 02টা
7. Dist. Functional Expert (L & M): 08টা
8. Dist. Functional Expert (FI): 07টা
9. Dist. Functional Expert (Skill): 01টা
10. Dist. Account Manager: 02টা
11. Dist. MIS Manager: 15টা
12. Block Project Manager: 02টা
13. Block Coordinator: 141টা
14. Block Coordinator (MKSP): 05টা
15. Block Coordinator (SVEP APP): 03টা
16. MIS Account Cum Assistant: 04টা

শিক্ষাগত অৰ্হতা: Post-Graduate, MBA, Graduate degree

পদসমূহ বাবে প্ৰয়োজনীয় অৰ্হতা,How to Apply, বয়সৰ সীমা, সংৰক্ষণ, দৰমহা আদিৰ বিষয়ে অধিক জানিবলৈ তলৰ লিংকত ক্লিক কৰিব পাৰে।

Click Here

গুৰুত্বপূর্ন তাৰিখ:

অনলাইন আবেদন আৰম্ভ হব: 08/06/2019, 10.00 AM

অনলাইন আবেদন সমাপ্ত হব: 30/06/2019, 11.50 PM

অধিক জানিবলৈ ক্লিক কৰক

অসম বন বিভাগত চাকৰি Assam Forest Recruitment 2019

অসম বন বিভাগত চাকৰি Assam Forest Recruitment 2019

অসম বন বিভাগ (Assam Forest)ত  RA/ SRF/ JRF পদৰ বাবে আবেদন বিচৰা হৈছে। আবেদন Offline Application মাধ্যমত হব।

Assam Forest Recruitment 2019


অসম বন বিভাগত বিভিন্ন পদৰ বাবে Offline Application মাধ্যমত আবেদন বিচৰা হৈছে।

Assam Forest Vacancy 2019 Details


খালী হোৱা পদৰ বিবৰন ক্ৰমে--

১. Research Associate- III 

দৰমহা: ৪০,০০০ টকা প্ৰতি মাহে

শিক্ষাগত অৰ্হতা: 

Doctorate in Life Sciences / Climate Science
OR
First Class Masters Degree in Life Sciences / Environmental Sciences with a minimum of Five years of Research experience in the same fields.

২. Research Associate- II

বয়স: ৩৫

দৰমহা: ৩৮,০০০ টকা  প্ৰতি মাহে

শিক্ষাগত অৰ্হতা: 

1. First Class / High Grade Post Graduate Diploma in Journalism & Mass Communication
OR
2. First Class MA in Mass Communication
3. Three (3) years of experience in carrying out outreach programmes / Trainings Workshops etc.

৩. Research Associate- II

বয়স: ২৮

দৰমহা: ৩৮,০০০ টকা  প্ৰতি মাহে

শিক্ষাগত অৰ্হতা: 

1.First Class M.Sc. / M. Tech
2. High Grade Technical Diploma in GIS
3. with five years of working experience in GIS

৪. Senior Research Fellow

বয়স: ২৫

দৰমহা: ২৮,০০০ টকা  প্ৰতি মাহে

শিক্ষাগত অৰ্হতা:  First Class Masters Degree in Life Sciences/Environmental Science/Geography

৫. Junior Research Fellow

বয়স: N/A

দৰমহা: ২৫,০০০ টকা  প্ৰতি মাহে

শিক্ষাগত অৰ্হতা:  First Class Masters in Life Sciences/Environmental Science/Geography.


আবেদন কেনেকৈ কৰিব আৰু বাকি বিবৰন জানিবলৈ তলত দিয়া লিংকত ক্লিক কৰে যেন...

Click Here